48
মঙলদৈঃ দোকানৰ পৰা মোবাইল কিনাৰ চলেৰে চোৰ জাহিদুলে মোবাইল এটা পকেটত লওঁতেই হাতে লোটে ধৰা পৰিল দোকানীৰ হাতত। পাছত দোকানীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে উত্তম মাধ্যম দি মঙলদৈ আৰক্ষীক গতাই দিয়ে।
চহৰ খনৰ বিভিন্ন ঠাইৰ লগতে গাড়ীৰ পৰাও মোবাইল চুৰি হৈ আহিছিল দীৰ্ঘ দিনৰ পৰা। আনহাতে মঙলদৈৰ জ্যোতি নগৰত ভাৰ্গৱ ডেকা নামৰ যুৱকে এজনে এঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰ কৰিছিল দামী মোবাইল।