Home দেশCoronaক ৰুধিবলৈ দেশজুৰি ২১ দিনৰ ‘লকডাউন’ ঘোষণা PM মোদীৰ

Coronaক ৰুধিবলৈ দেশজুৰি ২১ দিনৰ ‘লকডাউন’ ঘোষণা PM মোদীৰ

by News Desk
A+A-
Reset
modi-21

নতুন দিল্লীঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ মঙলবাৰে এক ঐতিহাসিক সিদ্ধান্তৰ কথা সদৰী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰ’নাক লৈ দ্বিতীয়বাৰৰ বাবে দেশবাসীক সম্বোধন কৰি মোদীয়ে আজি ৩০ ৰাজ্যৰ পিছত সমগ্ৰ ভাৰততে আজি নিশা ১২ বজাৰ পৰা লকডাউন ঘোষণা কৰে। কেৱল ইমানেই নহয়, এই লকডাউন চলিব সম্পূৰ্ণ ২১ দিন। 

ইয়াক লকডাউনৰ পৰিৱৰ্তে সৰ্বসাধাৰণে বুজি পোৱাকৈ কাৰ্ফিউ জাৰি কৰাৰ দৰে কঠোৰ পদক্ষেপ বুলিও জনাইছে মোদীয়ে। এই ২১ দিনত সমগ্ৰ দেশবাসীক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ‘এই ২১ দিনত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ কথা পাহৰি পেলাওক। এই কথাটো মই নৰেন্দ্ৰ মোদী হিচাপে কোৱা নাই, আপোনাৰ পৰিয়ালৰ এজন সদস্য হিচাপে অনুৰোধ জনাইছো।’-এই সময়ছোৱাত বাহিৰলৈ ওলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাই এইদৰে কয় মোদীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0