Home ৰাজ্যঅসমৰ মাথো ৩ শতাংশ লোকেহে আকোৱালি ললে মোডীৰ জীৱনজ্যোতি বীমা-প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা

অসমৰ মাথো ৩ শতাংশ লোকেহে আকোৱালি ললে মোডীৰ জীৱনজ্যোতি বীমা-প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা

by News Desk
56 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ বিগত ২০১৬ চনত দেশৰ শাসনভাৰ লৈয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনসাধাৰণৰ জীৱন সুৰক্ষাৰ বাবে আৰম্ভ কৰিছিল বীমাকৰণৰ ব্যৱস্থা। প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ অভিযানৰ অধিনত প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনি আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি নামেৰে দুখন বীমা আঁচনি বিগত ২০১৬ চনতেই আৰম্ভ কৰিছিল।

বীমা আঁচনি দুখনৰ প্ৰতি জনসাধাৰণক আকৰ্ষণৰ উদ্দেশ্যে কোটি কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল যদিও বীমা আঁচনি অসমত ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে। কিয়নো বিগত দুটা বছৰত অসমৰ মাত্ৰ ৩% লোকেহে এই দুখন আঁচনিত অন্তৰ্ভুক্ত হৈছে। ফলত দুয়োখন আঁচনি কেৱল বেংক-প্ৰতিষ্ঠানৰ হাতত সীমাবদ্ধ নাৰাখি ভাৰতীয় বীমা নিগমৰ হাতত অৰ্পন কৰা বুলি ওদালগুৰিত সাংবাদিকৰে হোৱা মত বিনিময়ত প্ৰকাশ কৰে ভাৰতীয় বীমা নিগমৰ পৰিচালন সঞ্চালকৰ নেতৃত্বত অহা এটি সজাতি দলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0