Home দেশ‘মন কী বাত’ত লকডাউনক মহাযজ্ঞ আখ্যা PM মোদীৰ, দিলে ৰমজানৰ শুভেচ্ছা

‘মন কী বাত’ত লকডাউনক মহাযজ্ঞ আখ্যা PM মোদীৰ, দিলে ৰমজানৰ শুভেচ্ছা

by News Desk
A+A-
Reset
spitting copy

নতুন দিল্লীঃ লকডাউনক মহাযজ্ঞৰে ৰিজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যজ্ঞৰ জৰিয়তে যিদৰে প্ৰাচীন কালত অসম্ভৱকো সম্ভৱ কৰি তোলা হৈছিল ঠিক তেনেকৈ লকডাউনৰ জৰিয়তে ভাৰতে অতি সহজে কৰ’নাক পৰাভূত কৰিবলৈ সমৰ্থ হ’ব। 

‘সমগ্ৰ দেশ আজি ঐক্যৱদ্ধ হৈছে। সকলোৱে এজনে আনজনক সহায় কৰিছে। এনে লাগিছে যেন সমগ্ৰ দেশত মহাযজ্ঞহে চলি আছে। কোনোৱে দৰিদ্ৰসকলক খাদ্য সামগ্ৰী দিছে। কোনোজনে অত্যাৱশ্যাকীয় সামগ্ৰীৰে সহায় কৰিছে আৰু বিনামূলীয়াকৈ পাচলি দিছে। জনতাৰ এই ভাৱনাক সন্মান জনাইছো।’-প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0