Home ৰাজনীতিমোদীৰ মন্ত্ৰী সভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী

মোদীৰ মন্ত্ৰী সভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী

by News Desk
68 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক প্ৰায় ৪ লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰি দ্বিতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত স্থান পোৱাতো প্ৰায় নিশ্চিত হৈছে। মোডীৰ মন্ত্ৰীসভাত অসমৰ কোনে কোনে স্থান লাভ কৰিব তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰপৰা এই সন্দৰ্ভত ফ’ন অহাত তেলীৰ অন্তৰ্ভুক্তী নিশ্চিত হৈছে৷

শপত গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ প্ৰাকমুহুৰ্তত প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ সাংসদ তেলীলৈ ফোন আহিছিল আৰু তেওঁক আজি অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0