110
লখিমপুৰঃ লখিমপুৰত এটা ভয়ংকৰ পথ দুঘটনাই সপোন কাঢ়িলে এজন মেধাৱী ছাত্ৰৰ। লখিমপুৰ জিলাৰ আজাদৰ সোকাজানপুৰি গাঁৱৰ নিবাসী বহাগী গগৈৰ পুত্ৰ সোমনাথ গগৈ।
কলিকতাত সপ্তম চেমিষ্টাৰ অভিযন্তাৰ পাঠ্যক্ৰম পঢ়ি থকা সোমনাথ গগৈ কিছুদিন পূৰ্বে লখিমপুৰৰ ঘৰলৈ আহিছিল। সোমবাৰে নিশা বন্ধুৰ ঘৰৰপৰা উভটি ঘৰলৈ যাওঁতে লখিমপুৰৰ বৰমুৰীয়া তিনিআলিত এক ভয়ংকৰ পথ দুঘটনাত পতিত হয়।