newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু কাশ্মীৰত কেইবাটাও মুকলি কৰে৷ শ্ৰীনগৰত ৩৩০ মেগাৱাট কিষাণগংগা বিদ্যুৎ পৰিযোজনাৰ মুকলি কৰে৷ শ্ৰীনগৰস্থিত শ্বেৰ-ই-এ কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ লয় আৰু শ্ৰীনগৰৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰে৷
কাশ্মীৰ ভ্ৰমণ কৰি শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় কাশ্মীৰৰ যুৱকক উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মত পোষণ কৰে৷ বিপথে পৰিচালিত যুৱকে শিলাবৰ্ষণ আৰু অস্ত্ৰ তুলি লোৱাৰ ফলত কাশ্মীৰ আৰু দেশ অস্থিৰ হৈ পৰা বুলি কয়৷ ইমানে নহয় ৰাজ্যৰ লোকক অস্থিৰতাৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়৷