Home দেশত্যাগ কৰিব ছ’চিয়েল মিডিয়া! প্ৰধানমন্ত্ৰী মোদীৰ আচম্বিত টুইট

ত্যাগ কৰিব ছ’চিয়েল মিডিয়া! প্ৰধানমন্ত্ৰী মোদীৰ আচম্বিত টুইট

by News Desk
A+A-
Reset
modi-quits

নতুন দিল্লীঃ সকলোকে হতবাক কৰি ছ’চিয়েল মিডিয়া বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে এক টুইটযোগে এই কথা সদৰী কৰে ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিশা ৮ বাজি ৫৬ মিনিটত কৰা এই টুইটটো পোৱাৰ লগে লগে হতভম্ব হৈ পৰে দেশৰ প্ৰতিগৰাকী নেটিজেন।

টুইটটোত তেওঁ এতিয়ালৈকে ব্যৱহাৰ কৰি অহা ছ’চিয়েল মিডিয়া টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব একাউণ্ট অহা সপ্তাহৰ ভিতৰত বন্ধ কৰাৰ কথা গুণা-গঁথা কৰি থকা বুলি জানিবলৈ দিয়ে। বিশ্বৰ ভিতৰতে ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ থকা নেতাসকলৰ অন্যতম মোদীয়ে কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া অৱশ্যে এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0