60
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ গোৰক্ষাৰ নামত এটা নিৰ্দিষ্ট ধৰ্মালম্বী সম্প্ৰদায়ক লৈ চলা সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
বিজেপি দলৰ অধ্যক্ষ অমিত শ্বাহে মাহাত্মা গান্ধীক চতুৰ বনিয়া আখ্যা দি জাতিৰ পিতা গান্ধীক অপমান কৰিলেও একেজন পিতাৰে দোহাই দি মোদীয়ে গো-সন্ত্ৰাস সম্পৰ্কত ‘মন কী বাত’ টুইটযোগে ৰাজহুৱা কৰিছে।