Home দেশলেহত মোদীয়ে কাৰ সৈতে তুলিলে ফটো? কনফাৰেন্স হলত কাৰ চিকিৎসা চলিছে?

লেহত মোদীয়ে কাৰ সৈতে তুলিলে ফটো? কনফাৰেন্স হলত কাৰ চিকিৎসা চলিছে?

by News Desk
A+A-
Reset
nno pm modi

ফেক্ট চেকিংঃ ভাৰত-চীনৰ সংঘাতৰ খবৰে তোলপাৰ লগাই থকাৰ মাজতে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য লাদাখৰ ৰাজধানী লেহত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লেহত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী মোদীয়ে সেনা, বায়ুসেনা আৰু আইটিবিপিৰ জোৱানসকলৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পিছতে তেওঁ গালৱান উপত্যকাত চীনা সৈন্যৰে হোৱা হতাহতিত আহত হৈ চিকিৎসাধীন হৈ থকা সেনা জোৱানসকলক সাক্ষাৎ কৰিবলৈ স্থানীয় সামৰিক চিকিৎসালয়খনলৈ যায়।

চিকিৎসাধীন আহত সেনাসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়খনত ভৰি থোৱা সময়ৰ এলানি ফটোক লৈ শুকুৰাবাৰৰ সন্ধিয়াৰে পৰা আজি এতিয়ালৈকে ছ’চিয়েল মিডিয়াত দেখা গৈছে ব্যাপক চৰ্চা। টুইটাৰ আৰু ফেচবুকত ভিন্নজনে প্ৰধানমন্ত্ৰী মোদীয়ে গালৱানত আহত হৈ চিকিৎসাধীন হোৱা সেনাসকলৰ স্বাস্থ্যৰ বুজ লোৱা ফটোক লৈ ভিন ভিন দাবী কৰা পৰিলক্ষিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0