61
newsnextone.com | বটদ্ৰৱাঃ জীৱ-জগতৰ কল্যাৰ্ণাথে হৰি-নাম ধ্বনিৰে নগাঁৱৰ সোনাইপাৰ গৌৰীনাথ মন্দিৰ প্ৰাংঙ্গনত ১১ আগষ্টৰ পৰা আৰম্ভ হোৱা শ্ৰীশ্ৰী ৰূদ্ৰ মহাযজ্ঞৰ মঙলবাৰে সামৰণি পৰে ৷
বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত জিলাখনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ সহস্ৰাধিক ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰি এক সুন্দৰ আধ্যাত্মিক বাতাবৰণ সৃষ্টিৰে শ্ৰীশ্ৰী মহাদেৱক আৰাধনা কৰে ৷