79
অভয়াপুৰীঃ অভয়াপুৰী আৰক্ষীৰ জালত পৰিল পাষণ্ড পংকজ মণ্ডল। উল্লেখ্য যে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী ডুমেৰগুৰিৰ তৃতীয়খণ্ড যোৱা ২৪ মে’ত সংঘটিত হৈছিল এক জঘন্য ঘটনা।
ডুমেৰগুৰিৰ তৃতীয় খণ্ডৰ এটি সন্তানৰ পিতৃ পংকজ মণ্ডলে ৫বছৰীয়া শিশুৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন।উক্ত দুষ্কাৰ্য সংঘটিত কৰিয়ে লম্পট পংকজে পলায়ন কৰে।