46
মোৰাঝাৰঃ ডক্টৰেট সন্মান লাভ কৰা হোজাইৰ আজমল ফাউণ্ডেছনৰ মুখ্য প্ৰৱন্ধক খছৰুল ইছলামক শুকুৰবাৰে আজমল ফাউণ্ডেছনৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
আজমল ফাউণ্ডেছনৰ সৈতে দীৰ্ঘদিনৰপৰা জড়িত হৈ শিক্ষা, স্বাস্থ্য আৰু সমাজসেৱাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা খচৰুল ইছলামক যোৱা ১৬ তাৰিখে নতুন দিল্লীত আয়োজিত এক সভাত ডমিনিকাৰ বাল্চব্ৰীজ বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে।