43
মোৰাঝাৰঃ নীলবাগানৰ জয়ন্তীয়া বস্তুি গাঁৱত আৰক্ষীক ঘুচিয়াই পলাই গ’ল কুখ্যাত ডকাইত৷ ডকাইতটোৰ নাম নূৰ আলম ওৰফে ছাজন৷
হোজাই আৰক্ষীয়ে ডকাইতটোক ধৰিবলৈ এছ আই ৰিতুপৰ্ণ গগৈৰ নেতৃত্বত যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়৷