64
newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি সমীপৰ চামগুৰি পুলিবৰত শনিবাৰে নিশা একাংশ লোকে এগৰাকী লোকক মাৰ ধৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
পুলিবৰৰ নৱ কোঁৱৰ নামৰ লোকজনক প্ৰথমে আৱদ্ধ কৰে তাৰ পিছতে মাৰধৰ কৰে৷ পিছত হাত ভৰি বান্ধি আমগুৰি আৰক্ষীক গতাই দিয়ে। স্থানীয় ৰাইজ অভিযোগ কৰা মতে, এজন ব্যৱসায়ীক পেটত চুৰিৰে আঘাত কৰি পলাই আছিল নৱই।