57
মৰিয়নীঃ মৰিয়নীৰ ৰাজপথত উদণ্ড বাইকাৰৰ অতপালিত নিৰাপত্তা নোহাৱা হৈছে পথচাৰীৰ।
বুধবাৰে মৰিয়নী নগৰৰ হেঙুল থিয়েটাৰৰ মণ্ডপৰ সমীপত ক’লা ৰঙৰ NS AS 03 W 0981 নম্বৰৰ এখন বাজাজ পালছাৰ বাইকে পথৰ কাষেৰে গৈ থকা কাটনীবাৰি চাহ বাগিচাৰ বন্ধন গোৱালা (২৯) নামৰ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মৰিয়নী আঞ্চলিকৰ সভাপতিক খুন্দিয়াই আহত কৰে৷