53
মৰিয়নীঃ মৰিয়নীত পুনৰ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ’ল ২ বছৰীয়া মাইকী নাহৰফুটুকীৰ পোৱালি এটা।
মৰিয়নী ধপাতবাৰী বাগিচাৰ চাওৰা বস্তিত বিগত কিছু দিনৰপৰা সন্ত্ৰাস চলাই আছিল৷ শনিবাৰে চাওৰা বস্তিৰ মদন ঘাতুৱাৰ (৩৫) নামৰ এজন লোকক আক্ৰমণ কৰে বাঘটোৱে৷