Home ৰাজ্যচৰকাৰী চাকৰি কৰি দৰমহা খাই আছে বাংলাদেশীয়ে

চৰকাৰী চাকৰি কৰি দৰমহা খাই আছে বাংলাদেশীয়ে

by News Desk
A+A-
Reset
60d880e7-1e28-4893-912f-c08ea11139fd

মৰিগাঁওঃ মৰিগাঁও গড়কাপ্তানি বিভাগত সংঘটিত হৈছে এক ভয়াৱহ কাণ্ড। উচ্চ ন্যায়ালয়ে বিদেশী বুলি ৰায়দান কৰাৰ পাছতো মৰিগাঁও গড়কাপ্তানি (গ্ৰাম্য পথ সংমণ্ডল) বিভাগত এজন বিদেশীয়ে চৰকাৰী চাকৰি কৰি নিয়মীয়াকৈ চৰকাৰী দৰমহা পাই থকা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা প্ৰস্তুতিৰ অন্তিম সময় আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি সৃষ্টি হৈ থকা তীব্ৰ প্ৰতিবাদৰ জুই মাজতেই মৰিগাঁৱত পোহৰলৈ অহা এই ভয়াবহ কাণ্ডই মৰিগাঁও  গড়কাপ্তানি বিভাগ আৰু সীমান্ত শাখা আৰক্ষীৰ ফোপোলা স্বৰূপটোকে পৰিস্ফুট কৰি তুলিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0