Home ৰাজ্যপ্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ প্ৰয়াস মৰিগাঁও জিলা প্ৰশাসনৰ

প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ প্ৰয়াস মৰিগাঁও জিলা প্ৰশাসনৰ

by News Desk
A+A-
Reset
85b8e0c1-f423-433b-a7d8-ce53e9054996

মৰিগাঁওঃ ৰাষ্ট্ৰীয় জলক্ৰীড়াস্থলী মৰিগাঁও নগৰৰ সমীপৱৰ্তী চাৰণ বিলৰ নান্দনিক সৌন্দৰ্য বৰ্ধনৰ বাবে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত বুধবাৰে গ্ৰহণ কৰে এলানি বিশেষ কাৰ্যসূচী।

প্ৰাকৃতিক সৌন্দৰ্যই ভৰপুৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া স্থলী মৰিগাঁও চাৰণ বিলৰ নান্দনিক সৌন্দৰ্য বৃদ্ধিৰ বাবে মৰিগাঁও-জাগীৰোড পথৰ চাৰণ বিলৰপৰা জাগীৰোডলৈ আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত এক লাখ গছপুলি ৰোপণৰ সংকল্প গ্ৰহণ কৰে মৰিগাঁও জিলা প্ৰশাসনে। মৰিগাঁও জিলা প্ৰশাসনৰ এই প্ৰশংসনীয় কাৰ্যক সহযোগিতা আগবঢ়াইছে মৰিগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান এণ্টি গ্লোৱেল ৱাৰ্মিং ছ’চাইটি, মৰিগাঁও জিলা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সেৱা বাহিনী, স্বেচ্ছাসেৱী অনুষ্ঠান নাৰায়ণ এছ’চিয়েচনৰ উপৰি মৰিগাঁও জিলাৰ বন বিভাগ, জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ আদি কৰি জিলা প্ৰশাসনৰ বহু কেইটা বিভাগে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0