56
মৰিগাঁও ব্যুৰ’: মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে মৰিগাঁও নগৰৰ পবিতৰা হাটত ভোটাৰ তালিকা প্ৰস্ততি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়।
মধ্য অসমৰ সংমণ্ডল আয়ুক্ত আহমেদ হুছেইনৰ উপস্থিতিত সংক্ষিপ্ত সংশোধনী ২০১৮-১৯ শীৰ্ষক সভাখনত অহা ৪ জানুৱাৰীত প্ৰকাশ পাবলগীয়া সংক্ষিপ্ত ভোটাৰ তালিকা প্ৰস্ততি সন্দৰ্ভত বিস্তৃতভাৱে পযালোচনা কৰা হয়।