Home ৰাজ্যশ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ উখল-মাখল পৰিৱেশে

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ উখল-মাখল পৰিৱেশে

by News Desk
57 views
A+A-
Reset

মৰিগাওঁঃ মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অহা ৬ ফ্ৰেব্ৰুৱাৰীৰপৰা ৯ ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ৮৮ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ উখল-মাখল পৰিৱেশেৰ মাজতে শুকুৰবৰে অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল’লে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷

মন্ত্ৰীগৰাকীয়ে দুপৰীয়া অধিৱেশনস্থলীত উপস্থিত হৈ আদৰণি সমিতিৰ বিষয়ববীয়াৰে অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে৷ ইতিমধ্যে অধিৱেশনস্থলীত যুদ্ধকালীনভাৱে নিৰ্মাণকাৰ্য চলি থকা মুল মণ্ডপ, শিবিৰ, নামঘৰ, অতিথিশালা, ভোজনালয়, গ্ৰন্থমেলাস্থলী আদি পৰিদৰ্শন কৰি মন্ত্ৰী দৈমাৰীয়ে প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা চৰকাৰৰ তৰফৰপৰা আগবঢ়াব বুলি উল্লেখ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0