87
মৰিগাঁওঃ চৰকাৰক কৰ ফাকি দিয়া অভিযোগত মৰিগাঁৱত পথ নিৰ্মাণত নিয়োজিত হৈ থকা বহি:ৰাজ্য কোম্পানী ছিমপ্লেক্সৰ ৫ খনকৈ ট্ৰাক মৰিগাঁৱৰ ধৰমতুল আৰক্ষীয়ে জব্দ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।
উল্লেখ্য যে মৰিগাঁও-জাগীৰোড গড়কাপ্তানি পথকে আদি কৰি জিলাখনৰ কেইবাটাও পথ নিৰ্মাণৰ দায়িত্ব আছে বহি:ৰাজ্য কোম্পানী ছিমপ্লেক্স। এই কোম্পানীটোৱে পথ নিৰ্মাণত অৰ্ধ শতাধিক ট্ৰাক নিয়োজিত কৰি ৰাখিছে।