Home ৰাজ্যমৰিগাঁৱত সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁৱত সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী

by News Desk
87 views
A+A-
Reset

জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁও জিলা মীন উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহিলা সবলীকৰণৰ বাবে অলংকৃত মাছ আৰু একোৰিয়াম প্ৰতিপালনৰ ওপৰত সোমবাৰৰপৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী। 

মৰিগাঁও নগৰৰ কলা বিথিকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী উদ্ধোধন কৰি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে ইয়াৰ জৰিয়তে যুৱক যুৱতী সকলৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক পথ মুকলি হ’ব বুলি আশা প্রকাশ কৰে। ইফালে, মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক মীন উন্নয়ন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে মুখ্য অতিথিৰ ভাষণত মীন বিভাগৰ এই পদক্ষেপে জিলাখনৰ যুৱক যুৱতী সকলৰ লগতে মৎস্য পালক সকল উপকৃত হ’ব বুলি আশা প্রকাশ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0