60
ডিজিটেল ডেস্কঃ ১০ বছৰ পূৰ্বে ভাৰতত এটি শিশুৰ চকুলোৱে সকলোকে কন্দুৱাইছিল। পাকিস্তানৰ পৰা অহা ঘাতকে চলোৱা নিৰ্বিচাৰ গুলীচালনা কৰি মুহুৰ্ততে হত্যা কৰিছিল ডেৰ শতাধিক লোকক। ঘাতকে প্ৰাণ কাঢ়ি নিছিল শিশুটোৰ পিতৃ-মাতৃৰো।
ঘাতক গুলীত কণমানি শিশুটোৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল। নাম আছিল তেওৰ মোশ্বে হোলজবাৰ্গ।তেতিয়া তেও আছিল ডেৰ বছৰীয়া শিশু। কিন্তু এতিয়া মোশ্বেৰ বয়স হ’ল ১২ বছৰ।