Home দেশমাতৃৰ সন্মুখতে ১৫ যুৱকে টয়লেট’লৈ টানি নিছিল কন্যাক, ৰক্ষা পাবলৈ জপিয়ালে চলন্ত ৰেলৰ পৰা

মাতৃৰ সন্মুখতে ১৫ যুৱকে টয়লেট’লৈ টানি নিছিল কন্যাক, ৰক্ষা পাবলৈ জপিয়ালে চলন্ত ৰেলৰ পৰা

by News Desk
66 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কেইগৰাকীমান হিংস্ৰ কামাতুৰ পুৰুষৰ পৰা নিজক বচাবলৈ অৱশেষত চলন্ত ৰেলৰ পৰা জাপ দিলে এগৰাকী মাতৃ আৰু কন্যাই। চলন্ত ৰেলত মাতৃ-কন্যাক ধৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰহাৰ কৰে এটি ১৫ জনীয়া দলে। উদ্দেশ্য আছিল ধর্ষণ কৰাৰ।

অৱশেষত হিংস্ৰ পুৰুষৰ পৰা হাত সাৰিবলৈ চলন্ত ৰেলৰ পৰা জাঁপ দিয়ে মাতৃ আৰু কন্যাই। শনিবাৰে নিশা হাওৰা-যোধপুৰ এক্সপ্রেছত ১০-১৫ জনীয়া যুৱকৰ দল এটাই ১৫বছৰীয়া কিশোৰী এগৰাকীক শৌচালয়লৈ টানি নিয়াৰ চেষ্টা চলায়। কিন্তু সেই সময়ত ৰেলখনত সহায়ৰ বাবে কোনো নথকাত চলি থকা ৰেলৰ পৰা জাপ দিয়ে মাতৃ আৰু কন্যাই৷ তাৰ পিছৰ ঘটনা আৰু লজ্জাজনক। ৰেলৱে আৰক্ষীক অভিযোগ দিয়াৰ পিছত অসৎ চৰিত্ৰৰ যুৱক কেইজনক আৰক্ষীয়ে টকা লৈ এৰি দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0