Home ৰাজ্যযান-বাহন আইন সংশোধনী বিধেয়ক বাতিলৰ দাবী, মটৰ পৰিবহন শ্ৰমিকৰ চকা বন্ধ কাৰ্যসূচীৰ ব্যাপক প্ৰভাৱ

যান-বাহন আইন সংশোধনী বিধেয়ক বাতিলৰ দাবী, মটৰ পৰিবহন শ্ৰমিকৰ চকা বন্ধ কাৰ্যসূচীৰ ব্যাপক প্ৰভাৱ

by News Desk
59 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ ভাৰত চৰকাৰৰ জনস্বাৰ্থ বিৰোধী মটৰ ভেহিকেল সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মঙলবাৰে সমগ্ৰ দেশত মটৰ শ্ৰমিকসকলে চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিছে। সমগ্ৰ দেশতে শ্ৰমিকসকলে মঙলবাৰে পুৱাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ দেশত ৰাজপথত গাড়ী মটৰৰ চলাচল স্তদ্ধ হৈ পৰিছে।

অসমতো বন্ধৰ প্ৰভাৱ পৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ২৪ ঘণ্টীয়া চকাবন্ধৰ কাৰ্যসূচীৰ প্ৰভাৱ গুৱাহাটী মহানগৰতো পুৱাৰে পৰা প্ৰভাৱ পৰে। সকলোধৰণৰ ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী যান-বাহনৰ চলাচল বন্ধ থকাৰ ফলত যাত্ৰীয়ে হাহাকাৰ কৰিব লগা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0