কলিতাক বঞ্চিত কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ চেষ্টাত ক্ষুণ্ণ কলিতা জনগোষ্ঠীয়...

Home ৰাজ্যকলিতাক বঞ্চিত কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ চেষ্টাত ক্ষুণ্ণ কলিতা জনগোষ্ঠীয় সংগঠন

কলিতাক বঞ্চিত কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ চেষ্টাত ক্ষুণ্ণ কলিতা জনগোষ্ঠীয় সংগঠন

by News Desk
69 views
A+A-
Reset

মৰিগাঁওঃ কলিতা জনগোষ্ঠীক বঞ্চিত কৰি অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ক্ষুণ্ণ হৈ পৰিছে কেইবাটাও কলিতা জনগোষ্ঠীয় দল-সংগঠন৷

এই সন্দৰ্ভত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ডঃ ভবেন চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে এক বিবৃতিত কয় যে, কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে বিগত তিনি দশকজুৰি কৰি অহা দাবীক সম্পূৰ্ণ উপেক্ষা কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰাচীনতম জনগোষ্ঠী তথা জনজাতীকৰণৰ প্ৰথম উপযুক্ত দাবীদাৰ কলিতা জনগোষ্ঠীৰ নৱ-প্ৰজন্মক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰি আহিছিল৷ সেই ষড়যন্ত্ৰই এতিয়া পূৰ্ণ ৰূপ পোৱাৰ দিশে অগ্ৰসৰ হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0