Home ৰাজ্যশৰততে প্ৰাণ পাই উঠিছে মৃৎ শিল্প

শৰততে প্ৰাণ পাই উঠিছে মৃৎ শিল্প

by News Desk
60 views
A+A-
Reset

অভয়াপুৰীঃ শেৱালি আৰু কহুৱাৰ শুভ্ৰ আঁচলত ধৰি ধৰাৰ বুকুলৈ আগমন ঘটিছে শৰতৰ। শৰতৰ আগমন মানেই দুৰ্গোৎসৱৰ লগতে বিভিন্ন পূজা আৰু উৎসৱৰ বতৰ। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ দুদিন বাকী। সেয়ে পূজাৰ বা-বলিছে সমগ্র ৰাজ্যত।

সম্প্ৰতি সমগ্র ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো ইতিমধ্যে দুৰ্গোৎসৱৰ আয়োজক সমিতি সমূহে মা-দুৰ্গাক আদৰিবলৈ বিভিন্ন আলোক সজ্জাৰে আৰু আটকধুনীয়া মণ্ডপেৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে মৃৎভাস্কৰ্য্য শিল্পী সকলৰ৷ অভয়াপুৰীৰ শিৱপুৰৰ মৃৎশিল্পী সকলে পূজাথলীত বহা অস্থায়ী বজাৰ সমূহ আদৰিবলৈ আৰু ক্ৰেতা ৰাইজক আকৰ্ষিত কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে হিন্দু ধৰ্মীয় বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্ত্তিৰ লগতে মাটিৰ আকৰ্ষণীয় সামগ্ৰী প্ৰস্তুত কৰাত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0