Home ৰাজ্যজাগুনত নিশা জাকৰ পৰা ফালৰি কাটি অহা হাতীৰ সন্ত্ৰাস, প্ৰাণ গ’ল ৫০ বছৰীয়া মহিলাৰ

জাগুনত নিশা জাকৰ পৰা ফালৰি কাটি অহা হাতীৰ সন্ত্ৰাস, প্ৰাণ গ’ল ৫০ বছৰীয়া মহিলাৰ

by News Desk
57 views
A+A-
Reset

লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত হাতীৰ উপদ্ৰৱ অব্যাহত আছে৷ জিলা খনৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আহোম পথাৰ গাঁৱত দেওবাৰে নিশা বনৰীয়া হাতীয়ে কেইবাটাও পৰিয়ালক গৃহহাৰা কৰে৷ কথা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে প্ৰাণ ললে ৫০ বছৰীয়া এগৰাকী মহিলাৰ৷ আনহাতে ভাঙি তচনচ কৰে ৯ টাকৈ পৰিয়ালৰ বাসগৃহ।

হাতীৰ আক্ৰমণত এটি পৰিয়ালৰ এগৰাকী মহিলাৰ মৃত্যু হয় যদিও কথমপি প্ৰাণ ৰক্ষা ৯টাকৈ পৰিয়ালৰ আন আন সদস্যৰ। মাৰ্ঘেৰিটা মহকুমাৰ জাগুন বনবিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত জাগুন আহোম পথাৰ গাঁৱত কথা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকৰ পৰা ফালি কাটি অহা অকলশৰীয়া হাতীয়ে উপদ্ৰৱ চলাই৷ ৰুপা চেতিয়া নামৰ এগৰাকী ৫০ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0