Home ৰাজ্যহিন্দী বলয়ৰ আগ্ৰাসন, আঁঠু কঢ়ালে থলুৱাক, বণিয়াক সীমা অতিক্ৰম নকৰিবলৈ সকিয়নি

হিন্দী বলয়ৰ আগ্ৰাসন, আঁঠু কঢ়ালে থলুৱাক, বণিয়াক সীমা অতিক্ৰম নকৰিবলৈ সকিয়নি

by News Desk
A+A-
Reset
Untitled-1 copy

newsnextone.com | গুৱাহাটী/মৰিগাঁওঃ হিন্দী বলয়ৰ আগ্ৰাসনৰ কথা সময়ে সময়ে প্ৰকাশ হৈ আহিছে যদিও এইবাৰ তাৰ প্ৰমাণ ওলাই পৰিল৷ এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে এগৰাকী থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঠুকঢ়াই থৈ প্ৰমাণ কৰিলে অসমত শেহতীয়াকৈ হিন্দী বলয়ৰ প্ৰভাৱ কিমান৷ সময়ে সময়ে অসমৰ সমাজ জীৱনত ভয়াবহ ভাৱে ক্ৰিয়া কৰা কিছু ঘটনা বহিৰাগত ব্যৱসায়ীয়ে সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত কৰি আহিছে যদিও এইবাৰ হাতে কামে কৰি দেখুৱালে৷ 

গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কমল দাস নামৰ থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই থয় বৃহস্পতিবাৰে৷ তাৰ পিছতে এই ফটো ছ’ছিয়েল মিডিয়াত প্ৰকাশ পায়৷ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0