71
মুম্বাইঃ মুম্বাইৰ অন্ধেৰী ই এছ আই চি কামগাৰ হাস্পতালৰ ভয়ানক অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ক্ৰমাৎ ৮ জনলৈ বৃদ্ধি পায়৷
সোমবাৰে আবেলি সংঘটিত অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হৈ আৰু দুজন লোকে প্ৰাণ ত্যাগ কৰাৰ লগতে ৫ মহীয়া এটা শিশুৰো মৃত্যু হয়৷