62
ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাই জিলাৰ দক্ষিণ দেৱস্থানৰ দিন হাজিৰা কৰি পৰিয়ালক পো পাল দিয়া ব্যক্তি এজনৰ দুৰ্ভগীয়াই জীৱন পাৰ কৰিবলগীয়া ঘটনাই় সচেতন মহলৰ চকুলো সেমেকি গৈছে৷
যদিও ৰজা ঘৰৰ ব্যক্তি সকলৰ হৃদয় স্পৰ্শ কৰিব পৰা নাই৷ জানিব পৰা মতে দক্ষিণ দেৱস্থান অঞ্চলৰ আব্দুল নুৰ নামৰ ব্যক্তিজন বিগত কেইটা বছৰ ধৰি এক জটিল ৰোগত আক্রান্ত হৈ শয্যাশায়ী হৈ আছে৷ সাতজনীয়া পৰিয়ালটোৰ তেওঁৱে একমাত্ৰ উপাৰ্জনকাৰী৷