Home ৰাজ্যহোজাই জিলা সাহিত্য সভাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

হোজাই জিলা সাহিত্য সভাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

by News Desk
54 views
A+A-
Reset

মোৰাঝাৰঃ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শুকুৰবাৰে হোজাই জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ সৌজন্যত সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত সকলো শাখা সভাৰ লগতে স্থানীয় কেইবাটাও মহিলা সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। 

হোজাই জিলা সাহিত্য সভাৰ সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামীৰ অধ্যক্ষতাত দিনৰ ১ বজাৰপৰা অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা আৰু মুকলি সভাত সমাজৰ বিভিন্ন দিশত একক আৰু অনন্যভাৱে অৱদান আগবঢ়াই অহা অথচ আজিও সামাজিক স্বীকৃতি লাভ নকৰা ছগৰাকী বিশিষ্ট মহিলা যথাক্ৰমে কাকীৰ ৰেণুমাই শইকীয়া বৰা, লামডিঙৰ শিক্ষাবিদ উমা ভৌমিক, ঠাইচুপৰীয়াৰ গোলাপী বৰা, হোজাইৰ সোমেশ্বৰী বৰদলৈ আৰু অঞ্জলি তালুকদাৰক বিশেষ সন্মান প্ৰদান কৰা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0