Home ৰাজ্যমোৰাঝাৰৰ পদুমনি মাদ্ৰাছাৰ তফচিৰুল কোৰাণ মেহফিলৰ সামৰণি

মোৰাঝাৰৰ পদুমনি মাদ্ৰাছাৰ তফচিৰুল কোৰাণ মেহফিলৰ সামৰণি

by News Desk
63 views
A+A-
Reset

মোৰাঝাৰঃ ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ, কোৰাণৰ অৰ্থ ধৰ্মপ্ৰাণ ৰাইজক জনোৱাৰ উদ্দেশ্যে মোৰাঝাৰৰ পদুমনি ৰহমানীয়া মাদ্ৰাছাৰ উদোগত বিশাল তফচিৰুল কোৰাণ আৰু ধৰ্মীয় সভা ১১, ১২ মাৰ্চত দিবা-নৈশ কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশৰ মাজেৰে সফল সামৰণি পৰে|

প্ৰথম দিনা পুৱা দহ বজাত মৌলানা আতাউৰ ৰহমানৰ সভাপতিত্বত প্ৰথমে কোৰাণ পাঠ আৰু তাৰ পাছতে তফচিৰুল কোৰাণ শুভাৰম্ভ হয় আৰু পাঁচটা পৰ্বত নিশা ১১ বজালৈ তফচিৰ চলে| এই তফচিৰত মৌলানা জামাল উদ্দিন, ফৰিজ উদ্দিন চৌধুৰী, মৌলানা মুফতি ছবিহ আখতাৰ, মৌলানা ৰুহুল আমিন নদৱী অংশ লয় আৰু কোৰাণ অনুবাদ সম্পৰ্কে আলোকপাত কৰি ধৰ্মপ্ৰাণ লোকক বুজাই দিয়ে|

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0