Home ৰাজ্যমোৰাঝাৰত মহিলাক পঘাৰে বান্ধি চোচোৰাই চলালে নিৰ্যাতন, ৪ জনক গ্ৰেপ্তাৰ

মোৰাঝাৰত মহিলাক পঘাৰে বান্ধি চোচোৰাই চলালে নিৰ্যাতন, ৪ জনক গ্ৰেপ্তাৰ

by News Desk
65 views
A+A-
Reset

newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত প্ৰেমিকৰ পৰিয়ালে এগৰাকী মহিলাক বৰ্বৰ ভাৱে প্ৰহাৰ কৰি পঘাৰে বান্ধি চোচোৰাই নিয়া ঘটনাক অৱশেষত গুৰুত্ব প্ৰদান কৰিলে হোজাই আৰক্ষীয়ে৷ হােজাই আৰক্ষীয়ে নিশা অভিযান চলাই ঘটনাৰ ৪গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মহিলাগৰাকীক অমানৱীয় ভাৱে মাৰধৰ কৰি পঘাৰে বান্ধি প্ৰায় আধা কিঃ মিঃ পথ চোচোৰাই নি হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল

অভিযুক্ত আচাৰ উদ্দিন, মনচুৰ আখতাৰ, কমৰুল আলম আৰু তৈয়বুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে মোৰাঝাৰ আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়৷ ধৰা পৰা লোক কেইজনে ঘটনা সংঘটিত কৰাত থকা মহিলাক মাৰধৰ কৰাত আগভাগ লৈছিল বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0