72
মোৰাঝাৰঃ নগাঁও-হোজাই জিলাৰ সীমান্তৱৰ্তী মদাৰতলী আৰু ভেলৌগুৰীত চলিছে অবৈধ শিলৰ চিণ্ডিকেট৷
এই প্ৰতিবেদকৰ ক্ষেত্ৰভিত্তিত অনুসন্ধান মতে নগাঁও বন সংমণ্ডৰ ভেলৌগুৰীৰ বিপিন শিলৰ কোৱেৰী নামেৰে এটা আৰু দক্ষিণ নগাঁও তথা হোজাই বনসংমণ্ডলৰ লংকাইজুৰিত তিনিটাকৈ ক্ৰমে অলিউৰ লস্কৰ শিল কুৱেৰী, ফাৰহান শিল কুৱেৰী আৰু জয় আই শিল কুৱেৰী নামেৰে চৰকাৰীভাৱে আৱন্টিত শিলৰ কুৱেৰী আছে৷