64
লালুকঃ যুৱ ব্যৱসায়ী গুলজাৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত লালুক আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷
লখিমপুৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মা আৰু লালুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষী দলে যোৱা নিশা ২ নং ধৰ্মপুৰৰ নিবাসী আব্দুল মোতালিবৰ পুত্ৰ শ্বাহনাজ আলীক গ্ৰেপ্তাৰ কৰে৷