65
newsnextone.com | টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ মেলেংত শুকুৰবাৰে নিশা সামান্য কথাটে বন্ধুৱে বন্ধুক ৰ’ডেৰে মৰিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, সুভাষ দে, প্ৰণৱ হাতীবৰুৱা আৰু মনোৰঞ্জন হাতীবৰুৱা নামৰ যুৱক তিনিজনে সামান্য কথাতে দেৱ বুঢ়াগোহাঁই নামৰ যুৱকজনক মৰিয়াই হত্যা কৰে।