60
newsnextone.com | ডিব্ৰুগড়ঃ অসমৰ ইতিহাসত কোনো কালে নঘটা এক নজিৰবিহীন হত্যাকাণ্ডই কঁপাই গ’ল ডিব্ৰুগড় জিলাক। ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় সদৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শুকুবাৰে সংঘটিত হয় এই শিহৰণকাৰী হত্যাকাণ্ড।
আদালত চৌহদতে স্বামীয়ে ডিঙি ৰেপি হত্যা কৰে নিজ পত্নীক। এই লোমহৰ্ষক হত্যাকাণ্ডই কঁপাই গ’ল জিলা খনক৷ মুখ্য চেচন আৰু জিলা ন্যায়ধিশ আদালতত দিব্যজ্যোতি ভূঞাৰ আদালতৰ সন্মুখত শুকুৰবাৰে শুনানিৰ সময়তে ঘটনাটো সংঘটিত হয়।