Home ৰাজ্যহত্যাকাৰীৰ ১২ বছৰীয়া অভিনয়ত হতভম্ব আৰক্ষী

হত্যাকাৰীৰ ১২ বছৰীয়া অভিনয়ত হতভম্ব আৰক্ষী

by News Desk
52 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ আপুনি বাৰু ভাৰাঘৰৰ মালিক নেকি? নাইবা, আপোনাৰ চুবুৰীয়াজন ভাৰাতীয়া নেকি? আপোনাৰ নতুন ভাৰাতীয়া জনৰ সঠিক ঠিকনা আপুনি জানেনে?  যদি নাজানে তেন্তে সাৱধান হওক! কাৰণ, যিকোনো মুহূৰ্তত আপুনি নাইবা আপোনাৰ পৰিয়ালৰ প্ৰিয়জন হ’ব পাৰে হত্যাৰ বলি ৷ নাইবা, হ’ব পাৰে কুখ্যাত অপৰাধীৰ টাৰ্গেট৷

তেনে এক ঘটনাই সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷ সুদীৰ্ঘ প্ৰায় বাৰ বছৰৰ মূৰত ওদালগুৰিৰ এক হত্যাৰ গোচৰত অভিযুক্ত এজন কুখ্যাত অপৰাধী আটক হৈছে কয়লা নগৰী মাৰ্ঘেৰিটাৰ লিডুত৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত ২০০৩ বৰ্ষতেই ওদালগুৰি জিলাৰ ওদালগুৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২/২০০৩ নং গোচৰৰ ১৪৭/১৪৮/ ১৪৯/ ৩০২/৩২৪ ধাৰাৰ অধীনত অভিযুক্ত  জিলাখনৰ ভূতুনিডোবা অঞ্চলৰ জাবেদ আলি নামৰ ব্যক্তিজনক ওদালগুৰি আৰক্ষীয়ে বিচাৰি আছিল৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0