Home ৰাজ্য“শুক্লধ্বজ”ৰ সংগীত কৰ্মশালাৰ সামৰণি

“শুক্লধ্বজ”ৰ সংগীত কৰ্মশালাৰ সামৰণি

by News Desk
51 views
A+A-
Reset

উত্তৰ শালমাৰাঃ অভয়াপুৰীৰ কেবাজনো উদ্যমী যুৱক-যুৱতীৰ প্ৰচেষ্টাত এবছৰ আগতে গঢ় লৈ উঠা আৰু ইতিমধ্যে বঙাইগাঁও জিলাখনৰ সাংস্কৃতিক দিশত এক সুকীয়া স্থান দখল কৰা অভয়াপুৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান শুক্লধ্বজৰ উদ্যোগত আৰু অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ সহযোগত যোৱা ১৩ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বৰগীত, হোলীগীত, কামৰূপীয়া লোকগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ কৰ্মশালাৰ সফল সামৰণি পৰে৷

শুকুৰবাৰে অভয়াপুৰী মহাবিদ্যালয় প্ৰশালাত অনুষ্ঠিত হোৱা সামৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷ সামৰণী অনুষ্ঠান আমন্ত্ৰিত অতিথি হিচাপে অংশ লয় বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিতালী লহকৰ, অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সংগীত সম্পাদক ভোলানাথ ভকতে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0