Home ৰাজ্যপঞ্চভূতত বিলীন হ’ল চিআৰপিএফৰ কোব্ৰা বাহিনীৰ জোৱান শ্বহীদ উৎপল ৰাভা

পঞ্চভূতত বিলীন হ’ল চিআৰপিএফৰ কোব্ৰা বাহিনীৰ জোৱান শ্বহীদ উৎপল ৰাভা

by News Desk
58 views
A+A-
Reset

newsnextone.com | গোৱালপাৰাঃ শ্বহীদক প্ৰণাম জনাবলৈ পুৱাৰে পৰা ৰৈ আছিল হাজাৰ হাজাৰ লোক৷ দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে যুঁজ দি শ্বহীদ হয় অসম-মেঘালয় সীমান্তৰ মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ চিআৰপিএফৰ কোব্ৰা বাহিনীৰ জোৱান উৎপল ৰাভা৷

উল্লেখ্য যে, ঝাৰখাণ্ডৰ চাৰাইকেলাত মাওবাদীৰ সৈতে সংঘৰ্ষত যোৱা ০৭ জুনত শ্বহীদ হৈছিল মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ বাজেংদোবাৰ চিআৰপিএফৰ কোব্ৰা বাহিনীৰ জোৱান উৎপল ৰাভাই৷ মাওবাদীৰ বিৰুদ্ধে চিআৰপিএফৰ কোব্ৰা বাহিনীৰ এটা দলে অভিযান চলাই থকাৰ সময়তে মাওবাদীৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দল এটাৰে মুখামুখী হৈছিল৷ তাৰ পাছত সংঘৰ্ষ লগাৰ ফলত শ্বহীদ হয় উৎপল ৰাভা৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0