Home ৰাজ্যবটদ্ৰৱাত ইমামৰ বাংলাদেশী বাগদত্তাক লৈ ৰহস্য, নাগৰিকত্ব গ্ৰহণ নকৰাকৈ হৈ আছে দ্বিতীয় পত্নী

বটদ্ৰৱাত ইমামৰ বাংলাদেশী বাগদত্তাক লৈ ৰহস্য, নাগৰিকত্ব গ্ৰহণ নকৰাকৈ হৈ আছে দ্বিতীয় পত্নী

by News Next One
A+A-
Reset

বেবেজীয়াঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ বৰভেটি গাঁৱৰ এজন লোকৰ বিদেশী পত্নীক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। এই লোকজনৰ নাম হৈছে খাইৰুল ইছলাম৷ ইছলামিক গুৰু হিচাপে নিজকে পৰিচয় দিয়া খাইৰুল ইছলাম পেছাত এজন মছজিদৰ ইমাম। পিছে মছজিদৰ ইমাম খাইৰুল ইছলাম প্ৰায়ে থাকে বাংলাদেশত।

সেয়ে এগৰাকী ইমাম হৈ বাংলাদেশৰ লগত থকা মিতিৰালিৰ বিষয়টোয়ে এতিয়া স্থানীয় ৰাইজৰ মাজত বেছ চৰ্চা লাভ কৰিছে। আচলতে, বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱৰ খাইৰুল ইছলাম কৰ্মসূত্ৰে বিগত কেইবাবছৰ ধৰি চৌদি আৰৱ, বাংলাদেশ আদি ইছলামিক দেশত বসবাস কৰি আছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0