Home ৰাজ্যহোজাইত নবী চৰিত সপ্তাহৰ সামৰণি, দৰিদ্ৰ ঘৰৰ লৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰক

হোজাইত নবী চৰিত সপ্তাহৰ সামৰণি, দৰিদ্ৰ ঘৰৰ লৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰক

by News Desk
71 views
A+A-
Reset

মোৰাঝাৰঃ দৰিদ্ৰ ঘৰৰ লৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিলেহে এখন ভাল সমাজ গঠন হ’ব৷ মোৰ দেউতাই এমাহত হোজাইৰ ছয় গৰাকী প্ৰসূতি চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰাত মনত দুখ পায় হোজাইত এখন দাতব্য চিকিৎসালয় স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। সেই সময়ত আমাৰ কোম্পানী মাত্ৰ ২৫ শতাংশ আছিল। দেউতাৰ সেই সপোন আজি পূৰণ হল।

এখন অত্যাধুনিক চিকিৎসালয় গঢ় লৈ উঠিল। শীঘ্ৰে এইখন চিকিৎসা মহাবিদ্যালয় হৈ উঠিব। এই মন্তব্য ধুবুৰী সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ৷ সোমবাৰে হোজাইৰ মৰ্কজ অকাডেমীত নবী চৰিত সপ্তাহৰ সামৰণি অনুষ্ঠানত অংশ লৈ এনেদৰে কয় সাংসদজনে৷ ৭ দিন ধৰি অনুষ্ঠিত হোৱা নবী চৰিত কাৰ্যসুচীৰ সোমবাৰে সামৰণি পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0