71
নগাঁওঃ পুৰণিক বিদায় আৰু নতুনক আদৰণি জনোৱাৰ নিমিত্তে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাটো দেওবাৰে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে৷
জিলাখনৰ প্ৰান্তে প্ৰান্তে বজাৰ-সমাৰ, দোকান-পোহাৰ আদিত ৰাইজৰ সমাগমেৰে মাঘ বিহুৰ উৰুকাৰ দৰে এটি ব্যস্ততামুখৰ পৰিৱেশ সৃষ্টি হোৱা দেখা যায়৷