58
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী বৰভেটিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত লোকজন নগাঁও চহৰৰ টাউন তেলিয়াগাঁৱৰ বিশ্বজিত নাথ আৰু আহত লোকজন নিহত নাথৰ ভিনিহিয়েক পংকজ নাথ বুলি জানিব পৰা গৈছে।
কেনেকৈ সংঘটিত হৈছিল দুৰ্ঘটনাটো?