Home ৰাজ্যএকল অভিযানৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

একল অভিযানৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

by News Desk
A+A-
Reset
24181093-d27c-456f-bd32-ee986611c100

জয়ন্ত মুদৈ, নগাঁওঃ সমগ্ৰ বিশ্ব তথা দেশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাতো শুকুৰবাৰে বিশ্ব যোগ দিৱস উদযাপন কৰা হয়। একল অভিযান বটদ্ৰৱা সঞ্চৰ উদ্যোগত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভনিতে যোগ দিৱসৰ তাৎপৰ্য আৰু প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য দাঙি ধৰে সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু ভোমোৰাগুৰি জেবি প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক বিমান ৰঞ্জন মেধিয়ে। 

একল অভিযানৰ বটদ্ৰৱা সঞ্চৰ সৰুহিছা, বৰহিছা, ভেটিয়নী, ভোমোৰাগুৰি বিদ্যালয়, বকুলতল, ভেটিয়নী অংগনৱাড়ী কেন্দ্ৰৰ শতাধিক শিশুয়ে অংশগ্ৰহণ কৰা যোগ দিৱসৰ কাৰ্যসূচীত ৰঞ্জনা বৰাই প্ৰশিক্ষণ প্ৰদান কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0