Home ৰাজ্যসাংবাদিক ভাস্কৰজ্যোতি মেধি-মহেশ চৌধুৰীলৈ অনুপ্ৰেৰণা বঁটা

সাংবাদিক ভাস্কৰজ্যোতি মেধি-মহেশ চৌধুৰীলৈ অনুপ্ৰেৰণা বঁটা

by News Desk
66 views
A+A-
Reset

নগাঁওঃ “দৈনিক জনমভূমি” কাকতৰ নগাঁৱৰ সাংবাদিক ভাস্কৰজ্যোতি মেধিলৈ আগবঢ়োৱা হৈছে “অনুপ্ৰেৰণা”বঁটা। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ৰাজ্যৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “অনুপ্ৰেৰণা”ই সাংবাদিকজনলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷

আজি নগাঁৱত “অনুপ্ৰেৰণা”ৰ সাধাৰণ সম্পাদক দীপজ্যোতি শইকীয়াই আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে, সাহিত্য সংস্কৃতি, সামাজিক আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক “অনুপ্ৰেৰণা”ই অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে বঁটা আৰু সম্বৰ্ধনা জনাই আহিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0