Home ৰাজ্যৰঙৰ উৎসৱত মুখৰিত শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা বৰদোৱা সত্ৰ

ৰঙৰ উৎসৱত মুখৰিত শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা বৰদোৱা সত্ৰ

by News Desk
134 views
A+A-
Reset

নগাঁওঃ অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু আদি লীলাভূমি নগাঁও জিলাৰ বৰদোৱা (আলিপুখুৰী)ৰ পবিত্ৰ বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অটুট ৰাখি এইবেলিও বুধবাৰৰ পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে দৌলযাত্ৰা মহোৎসৱ আড়ম্বৰপূৰ্ণভাবে আৰম্ভ হৈছে৷ স্মৰ্তব্য যে, ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত ‘গুৰুচৰিত’ত উল্লেখ কৰা মতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাত্ৰ একৈশ বছৰ বয়সতে বৰদোৱা সত্ৰত পোন প্ৰথমে দৌল উৎসৱৰ আৰম্ভ কৰিছিল৷

‘গুৰুচৰিত’ত প্ৰকাশ কৰা অনুসৰি তাল, খোল, শংখ আদিৰ মাংগলিক ধ্বনিৰ মাজেৰে মহাপুৰুষজনাই কৰা দৌলগীত গাই দৌললৈ যাত্ৰা কৰি দৌলত গোঁসাই মূৰ্তি স্থাপন কৰি গন্ধ গায়৷ ইয়াৰ পিছত শংকৰদেৱে হাতত তিল আৰু কুশ লৈ হৰিনাম পৰিবেশনেৰে গোঁসাই মূৰ্তিক দৌলত থৈ ঘৰা-ঘৰি যায়৷ পিছদিনা পুৱাতে গা-পা ধুই লৈ দৌলৰ কাষলৈ আহি শংকৰদেৱে বন্দনা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0