Home ৰাজ্যনগাঁৱত এজন অসমীয়াৰ হুংকাৰ, “মৰিবও জানো, মাৰিবও জানো”

নগাঁৱত এজন অসমীয়াৰ হুংকাৰ, “মৰিবও জানো, মাৰিবও জানো”

by News Desk
71 views
A+A-
Reset

নগাঁওঃ ‘কোনোৱে মোক সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি ভাবিব পাৰে৷ আমি বেংগলী লোকসকলক দোষী সাব্যস্ত কৰা বুলি ভাবিব পাৰে৷ বেংগলী লোকসকলক বৰ্জন কৰা বুলি ভাবিব পাৰে৷ দোষী সাব্যস্ত কৰা বুলি ভাবিব পাৰে৷ কিন্তু কি কাৰণে এনেকৈ ক’বলৈ বাধ্য হৈছো সেয়া শুনক৷ বছৰ বছৰ তেওঁলোকে অসমৰ মাটিত আছে, অসমীয়াৰ লগত আছে৷ কিন্তু আজি তেওঁলোকে হিন্দু বাংলাদেশীৰ কথা কয়, হিন্দু বাংলাদেশীক সুৰক্ষা দিবলৈ যায়৷ লগতে এইটোও কও যে এতিয়া নতুনকৈ এনে এটা বেংগলী পৰিয়াল বিচাৰি নাপাও যিয়ে মোৰ মাতৃভূমিক শ্ৰদ্ধা কৰে, যিয়ে মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰে৷ সেই কাৰণে আমি বাংলাভাষীৰ অত্যাচাৰ সহ্য কৰা নহ’ব বুলি কৈছো৷’-নগাঁৱত আজি এইদৰে উদাত্ত ভাষণ আগবঢ়াই প্ৰাক্তন আলফা জিতেন দত্তই৷

উল্লেখ্য যে সতীৰ্থক অনা-অসমীয়া ব্যৱসায়ীৰ দল এটাই ষড়যন্ত্ৰমূলকভাৱে হত্যাৰ চেষ্টা চলোৱাত ক্ষোভিত হৈ পৰিছে প্ৰাক্তন আলফা৷ নগাঁৱৰ এটি বাংলা ভাষী পৰিয়ালে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত বান সাহায্য দিব বুলি মাতি নি মুন বৰা সহিতে ৬গৰাকী প্ৰাক্তন আলফাক হত্যাৰ চেষ্টা চলোৱা কাৰ্যক সহজে লোৱা নাই প্ৰাক্তন আলফাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0